गावगाव खुसि

गाव आखु (Bodo) [ Roman: gao a.khu]
Contributed by: Karishma Boro on 2023-05-10
1. (Abstract Noun) a political, social and moral philosophy where individual endeavors and liberty is stressed. This philosophy asserts that an individual should not be bound by any socially determined standards. এক ধৰণৰ ৰাজনৈতিক, সামাজিক আৰু নৈতিক আদৰ্শ য’ত ব্যক্তি স্বাধীনতা আৰু ব্যক্তিগত প্ৰচেষ্টাক গুৰুত্ব দিয়া হয়| এই আদৰ্শই ইয়াকো কয় যে এজন ব্যক্তি কোনো সামাজিক মানদণ্ডৰ দ্বাৰা সীমিত হোৱাটো অনুচিত|